Class 6 Social Science SCERT | Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 21

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

১। কি চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে?

ক) কেন্দ্ৰীয় চৰকাৰে

খ) ৰাজ্যিক চৰকাৰে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) কেন্দ্ৰীয় চৰকাৰে

২। কিমান বছৰ বয়সৰ পৰা ভোট দিব পাৰি?

ক) ১৫ বছৰ

খ) ১৮ বছৰ

গ) ২০ বছৰ

উত্তৰঃখ) ১৮ বছৰ

৩। আহোম ৰজাসকলে প্ৰায় কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

ক) ৫০০ বছৰ

খ) ৬০০ বছৰ

গ) ৭০০ বছৰ

উত্তৰঃখ) ৬০০ বছৰ

৪। কোন ৰজাই আহোম ৰাজ্য স্থাপন কৰিছিল?

ক) স্বৰ্গদেউ চুক্যফাই

খ)  স্বৰ্গদেউ ৰুদ্ৰসিংহই

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) স্বৰ্গদেউ চুক্যফাই

৫। ভাৰতবৰ্ষ এখন কি দেশ?

ক) গণতন্ত্ৰ দেশ

খ) ৰাজতন্ত্ৰ দেশ

গ) সমাজতন্ত্ৰ দেশ

উত্তৰঃক) গণতন্ত্ৰ দেশ

৬। ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে?

ক) ২৭ খন

খ) ২৮ খন

গ) ৩০ খন

উত্তৰঃখ) ২৮ খন

৭। ভাৰতবৰ্ষত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে?

ক) ৮ খন

খ) ৫ খন

গ) ৩ খন

উত্তৰঃক) ৮ খন

৮। আগতে কাৰ কাৰ ভোটদানৰ অধিকাৰ আছিল?

ক) যাৰ সম্পত্তি আৰু শিক্ষা নাছিল

খ) যাৰ সম্পত্তি আৰু শিক্ষা আছিল

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) যাৰ সম্পত্তি আৰু শিক্ষা আছিল

৯। বৰ্তমান ক’ত ক’ত ৰাজতন্ত্ৰৰ প্ৰচলন আছিল?

ক) মুম্বাই আৰু কলকতা

খ) ভূটান আৰু ইংলেণ্ড

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) ভূটান আৰু ইংলেণ্ড

১০। অতীতৰ ৰাজতন্ত্ৰ আৰু বৰ্তমানৰ ৰাজতন্ত্ৰৰ মাজত যথেষ্ট প্ৰভেদ নাই নে আছে?

ক) নাই

খ) আছে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) আছে

১১। কিহৰ ৩য় ঢৌ প্ৰতিৰোধৰ বাবে চৰকাৰৰ সতৰ্কতামূলক ব্য়ৱস্থা?

ক) কৰ’ণাৰ

খ) কভিড’-19

গ) ওপৰৰ দুয়োটা

উত্তৰঃগ) ওপৰৰ দুয়োটা

১২। জনসংখ্য়াৰ ভিত্তিত কোন দেশক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে জনা যায়?

ক) চীন

খ) ভাৰত

গ) আমেৰিকা

উত্তৰঃখ) ভাৰত

১৩। প্ৰতিনিধিসকল কাৰ ওপৰত নিৰ্ভৰশীল?

ক) মহিলাৰ

খ) পৰিয়ালৰ

গ) জনসাধাৰণৰ

উত্তৰঃগ) জনসাধাৰণৰ

১৪। ৰজাই দেশৰ সকলো শাসনকাৰ্য চলায় বাবে এনেধৰণৰ শাসন ব্য়ৱস্থাক কি বোলা হয়?

ক) ৰাজতন্ত্ৰ

খ) সমাজতন্ত্ৰ

গ) একনায়কত্ববাদ

উত্তৰঃক) ৰাজতন্ত্ৰ

১৫। একনায়কত্ববাদ কিহৰ দ্ধাৰা পৰিচালিত শাসন ব্য়ৱস্থা?

ক) এজন ব্য়ক্তিৰ

খ) দুজন ব্য়ক্তিৰ

গ) সকলো ব্য়ক্তিৰ

উত্তৰঃ

১৬। ৰাজতন্ত্ৰত কোন সৰ্বেসৰ্বা?

ক) জনসাধাৰণ

খ) মন্ত্ৰী পৰিষদ

গ) ৰজা

উত্তৰঃ গ) ৰজা

১৭। ক’ত ব্য়ক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থত অধিক গুৰুত্ব দিয়া হয়?

ক) সমাজতন্ত্ৰ

খ) ৰাজতন্ত্ৰ

গ) গণতন্ত্ৰ

উত্তৰঃ ক) সমাজতন্ত্ৰ

১৮। কি চৰকাৰে নিজৰ ৰাজ্য়খনৰ উন্নয়নৰ বাবে ভাষা, সংস্কৃতি,সমাজকল্য়াণ,কৃষি,স্বাস্থ্য় আদি কামসমূহ পৰিচালনা কৰে?

ক) ৰাজ্য় চৰকাৰে

খ) কেন্দ্ৰীয় চৰকাৰে

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) ৰাজ্য় চৰকাৰে

১৯। আমাৰ দেশ ভাৰতৰ নিচিনা পৃথীৱীত আৰু বহুতো ______আছে?

ক) দেশ আছে

খ) ৰাজ্য় আছে

গ) চৰকাৰ আছে

উত্তৰঃ ক) দেশ আছে

২০। ৰাজতন্ত্ৰ বা ৰাজতান্ত্ৰিক চৰকাৰ এবিধ অতি_____চৰকাৰ?

ক) কঠিন

খ) পুৰণি

গ) দৰকাৰী

উত্তৰঃ খ) পুৰণি