Class 6 Social Science SCERT | Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 22

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ

১। আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ক’ত মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ?

ক) ৰাজ্যত

খ) জিলাত

গ) গাঁৱত

উত্তৰঃক) ৰাজ্যত

২। শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন কিমান চনত কাৰ্যকৰী কৰা হয়?      

ক) ২০০৯ চনত

খ) ২০০৮ চনত

গ) ২০১০ চনত

উত্তৰঃ   গ) ২০১০ চনত

৩। কিমানৰ পৰা কিমান বছৰৰ শিশুক পিতৃ-মাতৃয়ে প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা দিছে?

ক) ৫ৰ পৰা ১২

খ) ৬ৰ পৰা ১৪

গ) ৭ৰ পৰা ১৫

উত্তৰঃ খ) ৬ৰ পৰা ১৪

৪। আমাৰ ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰিবলগীয়া কিমানটা মৌলিক কৰ্তব্য আছে?

ক) ১২ টা

খ) ১১ টা

গ) ১০ টা

উত্তৰঃ খ) ১১ টা

৫। ভাৰতৰ কি আৰু সংহিতা ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য?

ক) সন্মান

খ) আনন্দ

গ) ঐক্য

উত্তৰঃ গ) ঐক্য

৬। আমাৰ সংবিধানে কিমানটা মৌলিক অধিকাৰ প্ৰত্যেক নাগৰিকক প্ৰধান কৰিছে?

ক) ৫ টা

খ) ৪ টা

গ) ৬ টা

উত্তৰঃ গ) ৬ টা

৭। মায়া নাইডু নামৰ ছোৱালীজনী বয়স কিমান বছৰ?

ক) ১২ বছৰ

খ) ১১ বছৰ

গ) ১০ বছৰ

উত্তৰঃ খ) ১১ বছৰ

৮। ইউৰোপীয়া মূল ব্যক্তিসকলৰ গাৰ বৰণ বগা হোৱাৰ বাবে তেওঁলোকক কি বোলা হৈছিল?

ক) কৃষ্ণাঙ্গ

খ) শ্বেতাঙ্গ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) শ্বেতাঙ্গ

৯। আফ্ৰিকীয় মূলৰ লোকসকলৰ গাগৰ বৰণ ক’লা হোৱাৰ বাবে তেওঁলোকক কি বোলা হৈছিল?

ক) কৃষ্ণাঙ্গ

খ) শ্বেতাঙ্গ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) কৃষ্ণাঙ্গ

১০। হেক্টৰ এজন কি কিশোৰ আছিল?

ক) কৃষ্ণাঙ্গ

খ) শ্বেতাঙ্গ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) কৃষ্ণাঙ্গ

১১। গণতন্ত্ৰ বুলিলে আমি কি বুজো?

ক) জনগণৰ শাসনক

খ) স্বাধীনতা

গ) দেশৰ আন্দোলন.

উত্তৰঃ ক) জনগণৰ শাসনক

১২। বহুতো বিশিষ্ট ব্য়ক্তিৰ আপ্ৰাণ চেষ্টাৰ ফলত ভাৰতত কি প্ৰতিষ্ঠা কৰা হৈছে?

ক) ৰাজতন্ত্ৰ

খ) গণতন্ত্ৰ

গ) সমাজতন্ত্ৰ

উত্তৰঃ খ) গণতন্ত্ৰ

১৩। গণ শব্দটোৰ অৰ্থ কি?

ক) ৰাজ্য়

খ) শাসন

গ) জনসাধাৰণ

উত্তৰঃ গ) জনসাধাৰণ

১৪। তন্ত্ৰৰ শব্দটোৰ অৰ্থ কি?

ক) শাসন

খ) ব্য়ৱস্থা

গ) বৈশিষ্ট্য়

উত্তৰঃ ক) শাসন

১৫। যিখন দেশৰ শাসন ব্য়ৱস্থা জনসাধাৰণৰ হাতত ন্য়স্ত থাকে সেইখনক কি দেশ বোলে?

ক) সমাজতান্ত্ৰিক

খ) ৰাজতান্ত্ৰিক

গ) গণতান্ত্ৰিক

উত্তৰঃ গ) গণতান্ত্ৰিক

১৬। কাৰ দৃষ্টিত সকলো মানুহ সমান?

ক) গণতন্ত্ৰৰ

খ) ৰাইজৰ

গ) জনসধাৰণ

উত্তৰঃ ক) গণতন্ত্ৰৰ

১৭। যি গণতন্ত্ৰত জনসাধাৰণে চৰকাৰৰ শাসন ব্য়ৱস্থাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰে তেনে ব্য়ৱস্থাক কি বোলে?

ক) প্ৰত্য়ক্ষ গণতন্ত্ৰ

খ) পৰোক্ষ গণতন্ত্ৰ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) প্ৰত্য়ক্ষ গণতন্ত্ৰ

১৮। প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত কি গণতন্ত্ৰৰ প্ৰচলন আছিল? 

ক) পৰোক্ষ

খ) প্ৰত্য়ক্ষ

গ) আধুনি

উত্তৰঃ খ) প্ৰত্য়ক্ষ

১৯। গণতান্ত্ৰিক শাসনব্য়ৱস্থাত স্বাধীনতাৰ লগতে ইয়াৰ নাগৰিকে কিছুমান কি লাভ কৰিছে?

ক) অধিকাৰ

খ) সমতা

গ) কৰ্তব্য়

উত্তৰঃ ক) অধিকাৰ

২০। গণতন্ত্ৰৰ প্ৰধান নীতি কি?

ক) ন্য়ায়

খ) সহায়

গ) অন্য়ায়

উত্তৰঃ ক) ন্য়ায়