Class 7 Science | Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন | MCQs Short Question And Answer |

Chapter 6

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

১। পদাৰ্থৰ আকাৰ, আকৃতি, ৰং আৰু অৱস্থানক কি বোলে?

(ক)পৰিৱৰ্তন

(খ) ভৌতিক ধৰ্ম

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer  ভৌতিক ধৰ্ম

২। পদাৰ্থ এটাৰ কেৱল ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ’লে তাক কি বোলে?

(ক) পৰিৱৰ্তন

(খ) ভৌতিক ধৰ্ম

(গ) ভৌতিক পৰিৱৰ্তন

Answer: ভৌতিক পৰিৱৰ্তন

৩। মামৰ লো হয় লে?

(ক) হয়

(খ) নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: নহয়

৪। মেগনেছিয়াম হাইড্ৰ’ইড এবিধ কি?

(ক) সৰল দ্ৰৱ

(খ) কপাৰ ছালফেট দ্ৰৱ

(গ) ক্ষাৰক

Answer; ক্ষাৰক

৫। লোৰ সৈতে ক’পাৰ ছালফেট বিক্ৰিয়াত আইৰন ছালফেট আৰু কি উৎপন্ন হৈছে?

(ক) বায়ু

(খ) তাপ

(গ) অম্ল

Answer; তাপ

৬। এটা বা অধিক নতুৃন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তন টোক কি বোলে?

(ক) ব্য়ৱসায় পৰিৱৰ্তন

(খ) ৰাসায়নিক পৰিৱৰ্তন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৰাসায়নিক পৰিৱৰ্তন

৭। ৰাসায়নিক পৰৱৰ্তন এটাক কি বুলি কোৱা হয়?

(ক) অধুনিক বিক্ৰিয়া

(খ) ৰাসায়নিক বিক্ৰিয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; ৰাসায়নিক বিক্ৰিয়া

৮। প্লাষ্টিক, অপমাৰ্জক আদি কি বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন কৰা হয়?

(ক) অধুনিক বিক্ৰিয়া

(খ) ৰাসায়নিক বিক্ৰিয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; ৰাসায়নিক বিক্ৰিয়া

৯। কয়লা, কাঠ বা গছৰ পাতৰ দহন কি পৰিৱৰ্তন?

(ক) ভৌতিক পৰিৱৰ্তন

(খ) ব্য়ৱসায় পৰিৱৰ্তন

(গ)ৰাসায়নিক পৰিৱৰ্তন

Answer: ৰাসায়নিক পৰিৱৰ্তন

১০। দহন কাৰ্যত সদায়েই কি উৎপন্ন হয়?

(ক) গেছ

(খ) তাপ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: তাপ

১১। আতচবাজীৰ বিস্ফোৰণ এটা কি পৰিৱৰ্তন?

(ক) ভৌতিক পৰিৱৰ্তন

(খ) ৰাসায়নিক পৰিৱৰ্তন

(গ) অধুনিক পৰিৱৰ্তন

Answer; ৰাসায়নিক পৰিৱৰ্তন

১২। মামৰে ধৰাৰ বাবে অক্সিজেন আৰু কি প্ৰয়োজন?

(ক) ভিনেগাৰ

(খ) কপাৰ ছালফেট

(গ)পানী বা জলীয়ভাপ

Answer; পানী বা জলীয়ভাপ

১৩। লোত মামৰে ধৰা প্ৰক্ৰিয়াত টোক কি হেৰে বন্ধ কৰিব পাৰি?

(ক) গ্ৰীজ

(খ) পানী

(গ) এছিড

Answer; গ্ৰীজ

১৪। লোৰ ওপৰত দস্তা প্ৰলেপ দিয়া প্ৰক্ৰিয়া টোক কি বোলে?

(ক) গ্ৰীজ লেপন

(খ) দস্তালেপন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: দস্তালেপন

১৫। সাগৰৰ পানীত বহুতো কি থাকে?

(ক) তাপ

(খ) এছিড

(গ) লৱণ

Answer: লৱণ

১৬। নিমখ কৰ পৰা আহৰণ কৰিব পাৰি?

(ক) সাগৰৰ পৰা

(খ) মাটিৰ পৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer:সাগৰৰ পৰা

১৭। বাষ্পীভৱন প্ৰক্ৰিয়াৰে  আহৰণ কৰা নিমখ বিশুদ্ধ হয়নে?

(ক) নহয়

(খ) হয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; নহয়

১৮। বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা নিমখ দানা বোৰ কেনেধৰণৰ হয়?

(ক) ডাঙৰ

(খ) দীঘল

(গ) সৰু

Answer; সৰু

১৯। ডাঙৰ আকাৰৰ বিশুদ্ধ স্ফটিকৰ দানা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) স্ফটিকীকৰণ

Answer: স্ফটিকীকৰণ

২০। পৰিৱৰ্তন কেই প্ৰকাৰৰ হব পাৰে?

(ক) দুই প্ৰকাৰৰ

(খ) ছয় প্ৰকাৰৰ

(গ) দহ প্ৰকাৰৰ

Answer: দুই প্ৰকাৰৰ