Class 7 Science | Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজল | MCQs Short Question And Answer |

Chapter 7

বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজল

১। বায়ুত থকা জলায় বাষ্পৰ পৰিমাণৰ জোখক কি বোলে?

(ক) অম্ল

(খ) আৰ্দ্ৰতা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: আৰ্দ্ৰতা

২। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক  কি বোলে?

(ক) পৰিৱৰ্তন

(খ)সম্পদ

(গ) বতৰৰ উপাদান

Answer: বতৰৰ উপাদান

৩। এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা ২৫ বছৰৰ, গড় বতাহৰ নমুনাকে সোই ঠাই খনৰ কি বোলে?

(ক) স্থলবায়ু

(খ)জলবায়ু

(গ) বতাহ

Answer: জলবায়ু

৪। প্ৰত্য়েকটো মাহৰ উষ্ণতাৰ মধ্য়ক কেইটা স্তৰত উলিওৱা হয়?

(ক) তিনিটা

(খ)পাচঁটা

(গ) দুটা

Answer: দুটা

৫। উত্তৰ-পূব ভাৰতৰ জলবায়ু কেনেকুৱা?

(ক) সেমেকা

(খ)গৰম

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: সেমেকা

৬। বায়ুত বেছি পৰিমাণে থকা গেছ বিধৰ নাম কি?

(ক) অক্সিজেন

(খ)নাইট্ৰ’জেন

(গ) কাবৰ্ন-ডাই- অক্সাইড

Answer: নাইট্ৰ’জেন

৭। মেৰু অঞ্চল কেনেকুৱা?

(ক) অতিশয় শীতল

(খ)অতিশয় গৰম

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: অতিশয় শীতল

৮। বগা ভালুকৰ হাত বোৰে সিহতক কি কি কৰাত সহায় কৰে?

(ক) চিকাৰ ধৰাত

(খ)বৰফত খোজ কঢ়া আৰু সাঁতোৰাত

(গ) ইয়াৰ ভিতৰত এটা নহয়

Answer: বৰফত খোজ কঢ়া আৰু সাঁতোৰাত

৯। বগা ভালুকে কিহৰ সহায়ত উসাহ লয়?

(ক) ফুলৰ সহায়ত

(খ)নাসাৰন্ধ্ৰৰ সহায়ত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাসাৰন্ধ্ৰৰ সহায়ত

১০। পেংগুইনৰ ভৰি বোৰত কি থকাৰ  বাবে সাঁতুৰিব পাৰে?

(ক) আঁহ

(খ)ফুল

(গ) পতাযুক্ত

Answer; পতাযুক্ত

১১। পৰিভ্ৰমণৰ আন এটা নাম কি?

(ক) অম্ল

(খ)প্ৰব্ৰজন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰব্ৰজন

১২। বৰ্ষাৰণ্য় অসমত পোৱা যায় নে?

(ক) যায়

(খ)নাযায়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: যায়

১৩। হাতীৰ কাণ দুখনে সিহতক কি কৰাত সহায় কৰে?

(ক) শীতল

(খ)গৰম

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: শীতল

১৪। জীৱই বাস কৰা চৌপাশক কি বোলে?

(ক) আৱাসস্থলী

(খ)অভিযোজন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; আৱাসস্থলী

১৫। ভেকুঁলি বোৰে বাস কৰা বাসস্থানক কি বোলে?

(ক) স্থলজ আৱাসস্থলী

(খ)জলজ আৱাসস্থলী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: জলজ আৱাসস্থলী

১৬। বাসস্থানৰ আন এটা নাম কি?

(ক) অম্ল

(খ)আৱাসস্থলী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: আৱাসস্থলী

১৭। মৰুভূমিত থকা কোন বিধ গছৰ পাতৰ সলনি কাইত থাকে?

(ক) সূচক

(খ)কেকটাছ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: কেকটাছ

১৮। মাছবোৰে কিহৰ সহায়ত উসাহ লয়?

(ক) ফুলৰ সহায়ত

(খ)নাসাৰন্ধ্ৰৰ সহায়ত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; ফুলৰ সহায়ত

১৯। বৰ্জিত পদাৰ্থ বোৰ আঁতৰাই পেলোৱাক কি বোলে?

(ক) সূচক

(খ)ৰেচন ক্ৰিয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

 Answer: ৰেচন ক্ৰিয়া

২০। আৱাসস্থলী কেই প্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ

(খ)৩ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

Answer: ২ প্ৰকাৰৰ