Class 7 Social Science | Chapter 5 | সম্পদ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

সম্পদ 

১) শ্ৰেষ্ঠতম জৈৱিক সম্পদ কি?

(ক) বাঘ।

(খ) মানুহ।

(গ) হৰিণ।

Answer: মানুহ।

২) উৎসৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক কেটা ভাগত ভাগ কৰিব পাৰি?

(ক) ৪ টা।

(খ) ২ টা।

(গ) ১৩ টা।

Answer: ২ টা।

৩) জীৱ জগতৰ পৰা আহৰণ কৰা সম্পদক কি বোলে?

(ক) জৈৱিক সম্পদ।

(খ) অজৈৱিক সম্পদ।

(গ) শ্ৰেষ্ঠ সম্পদ।

Answer: জৈৱিক সম্পদ।

৪) সম্পদৰ সংৰক্ষণ কি?

(ক) সম্পদসমূহ আহৰণ কৰা।

(খ) প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়া।

(গ) ওপৰৰ এটাও নহয়।

Answer: প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়া।

৫) মানুহ কোনটো সম্পদৰ অন্তৰ্গত?

(ক) জৈৱিক সম্পদ।

(খ) অজৈৱিক সম্পদ।

(গ) ওপৰৰ এটাও নহয়।

Answer: জৈৱিক সম্পদ।

৬) বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

৭) সকলোতে পোৱা সম্পদক কি বুলি কোৱা হয়?

(ক) সৰ্বব্যাপী সম্পদ।

(খ) স্থানভিত্তিক সম্পদ।

(গ) সম্ভাৱ্যপূৰ্ণ সম্পদ।

Answer: সৰ্বব্যাপী সম্পদ।

৮) প্ৰকৃত সম্পদৰ মজুত থকা পৰিমাণ অনুমান কৰিব পৰা যায়।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

৯) ক্ষয়িষ্ণু সম্পদ কেইপ্ৰকাৰৰ?

(ক) ক্ষয়িষ্ণু সম্পদ ৯ প্ৰকাৰৰ।

(খ) ক্ষয়িষ্ণু সম্পদ ৫ প্ৰকাৰৰ।

(গ) ক্ষয়িষ্ণু সম্পদ ২ প্ৰকাৰৰ।

Answer: ক্ষয়িষ্ণু সম্পদ ২ প্ৰকাৰৰ।

১০) এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদৰ নাম লিখা।

(ক) মাটি।

(খ) পানী।

 (গ) চকী।

Answer: পানী।

১১) এখন দেশৰ উন্নতি কে্নেদৰে নিৰ্ভৰ কৰে?

(ক) প্ৰাকৃতিক সম্পদৰ ওপৰত।

(খ) মানুহ আৰু মানৱসম্পদৰ ওপৰত।

(গ) মানৱসৃষ্ট সম্পদৰ ওপৰত।

Answer: মানুহ আৰু মানৱসম্পদৰ ওপৰত।

১২) বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৩) বৰ্ধিত জনসংখ্যাৰ বাবে সীমিত প্ৰাকৃতিক সম্পদৰ নাটনিৰ সমস্যাই দেখা দিয়ে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৪) আমাৰ সম্পদসমূহ সদ্বব্যৱহাৰ কৰি ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৫) মানুহে নিজে সম্পদ হোৱাৰ লগতে সম্পদ সৃষ্টি আৰু অৰিহণা যোগায়।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৬) সকলো ঠাইতে নোপোৱা সম্পদবিধৰ নাম কি?

(ক) নবীকৰণক্ষম সম্পদ।

(খ) স্থানভিত্তিক সম্পদ।

(গ) মানৱ সম্পদ।

Answer: স্থানভিত্তিক সম্পদ।

১৭) সম্পদৰ প্ৰধান ভাগ কেইটা?

(ক) ১৫ টা।

(খ) ৩ টা।

(গ) ৭ টা।

Answer: ৩ টা।

১৮) মানুহে অহৰহ ব্যৱহাৰ কৰিও শেষ কৰিব নোৱাৰা সম্পদবিধ কি?

(ক) অ-নবীকৰণক্ষম সম্পদ।

(খ) অক্ষয় সম্পদ।

(গ) প্ৰকৃত সম্পদ।

Answer: অক্ষয় সম্পদ।

১৯) পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ পানী সাধাৰণ পানী?

(ক) ২৫% পানী।

(খ) ৫৬% পানী।

(গ) ৩% পানী।

Answer: ৩% পানী।

২০) সম্ভাৱ্যপূৰ্ণ সম্পদ অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।