Class 4 ৰামায়ণ সাধু Sankardev School | শবৰীৰ এৰেহা হোৱা বগৰী | Chapter 11 | অধ্য়ায় ১১ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 11

শবৰীৰ এৰেহা হোৱা বগৰী

(১) চমু উত্তৰ দিয়া-

(ক) জটায়ুৱে ৰামক কি ক’লে ?
উত্তৰঃ
জটায়ুৱে ৰামক সীতাক হৰণ কৰি নিয়া গোটেই ঘটনা ক’লে ।

(খ) শবৰী কোন আছিল ?
উত্তৰঃ
শবীৰ ভীল জনজাতিৰ তিৰোতাৰ আছিল।

(গ) শবৰীয়ে ৰামক কিদৰে সহায় কৰিছিল ?
উত্তৰঃ
শবৰীয়ে ৰামক বগৰী দিয় আৰু কিষ্কন্ধ্যা ৰজা সুগ্ৰীৱৰ বিষয়ে কৈ সহায় কৰিছিল।

(২) নিম্নলিখিত প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰত শুদ্ধ চিন লগোৱা-

(ক) সেই বগৰীবোৰ মিঠা আছিল ।
উত্তৰঃ
শুদ্ধ চিন।

(খ) ৰাম সেই সময়ত বৰ ভোক লাগিছিল।
উত্তৰঃ
অশুদ্ধ চিন।

(গ) শবীৰ শূদ্ৰ ভীল জনজাতিৰ আছিল।
উত্তৰঃ
শুদ্ধ চিন।

(ঘ) শবৰীৰ অন্তৰত ৰামৰ প্ৰতি অপাৰ প্ৰেম আছিল ।
উত্তৰঃ
অশুদ্ধ চিন।

Type: Pompi Hazarika