Class 4 ৰামায়ণ সাধু Sankardev School | সুগ্ৰীৱৰ লগত বন্ধুত্ব | Chapter 12 | অধ্য়ায় ১২ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 12

সুগ্ৰীৱৰ লগত বন্ধুত্ব

(১) সুগ্ৰীৱ ঋষ্যমুক্ পৰ্বতত কিয় বাস কৰিছিল ?
উত্তৰঃ
সুগ্ৰীৱ ঋষ্যমুক্ পৰ্বতত বালীৰ ভয়ত বাস কৰিছিল।

(২) হনুমানে ৰাম আৰু সুগ্ৰীৱৰ মাজত কিয় বন্ধুত্ব পাতি দিছিল ?
উত্তৰঃ
হনুমানে ৰাম আৰু সুগ্ৰীৱৰ মাজত বন্ধুত্ব পাতি দিলে কাৰণ হনুমানে ৰাম ভগবান বুলি জানিব পাৰিছিল আৰু ৰামেহে সুগ্ৰীৱক বালিৰ পৰা মুক্ত কৰিব পাৰিব বুলি জানি বন্ধুত্ব পাতি দিছিল ।

Type: Pompi Hazarika