Class 4 ৰামায়ণ সাধু Sankardev School | সীতাক বিচাৰি | Chapter 13 | অধ্য়ায় ১৩ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 13

সীতাক বিচাৰি

(১) লক্ষ্মণ খঙৰে সুগ্ৰীৱৰ কাষলৈ কিয় হৈছিল ?
(ছাত্ৰ-ছাত্ৰী সকল এই প্ৰশ্ন টো ভূল হৈ আচে হৈছিল নহয় গৈছিল হে হব লাগে )
উত্তৰঃ
লক্ষ্মণ খঙৰে সুগ্ৰীৱৰ কাষলৈ গৈছিল কাৰণ সীতাক বিচৰাত একো সহায় নকৰা বাবে খঙৰে লক্ষ্মণ সুগ্ৰীৱৰ ওচৰলৈ গৈছিল।

(২) জটায়ুৱে কি কৈছিল ?
উত্তৰঃ
জটায়ুৱে সীকাক দক্ষিণ ফালে পোৱা সমভাৱনা বেছি আছিল বুলি কৈছিল।

(৩) ৰামে নিজৰ আঙুঠি হনুমানক কিয় দিছিল ?
উত্তৰঃ
ৰামে নিজৰ আঙুঠি হনুমানক দিলে কাৰণ সীতাক ক’বলৈ বাতিৰও পঠিয়ালে।

(৪) খালী ঠাই পূৰ কৰা-
(ক) সুগ্ৰীৱৰ বিশেষ পৰামৰ্শদাতা হনুমান আছিল।
(খ) কিষ্কিন্ধ্যা ৰাজ্যত ঋক্ষ আৰু বান্দৰ জাতিয়ে বাস কৰিছিল।
(গ) বালীৰ পুত্ৰৰ নাম অঙ্গদ আছিল।
(ঘ) ভালুকবোৰৰ দলপতি জাম্বৱন্ত ক আছিল।

Type: Pompi Hazarika