SVN Class 4 Social Science Chapter 5 অসমৰ যাতায়ত ব্য়ৱস্থা। Short Question Answer

Chapter 5

অসমৰ যাতায়ত ব্য়ৱস্থা

১। অসমৰ ৰে’ল পথসমূহ কি পথৰ অন্তৰ্গত ?

উত্তৰ- অসমৰ ৰে’ল পথসমূহ উত্তৰ-পূব সীমান্ত ৰে’ল পথৰ অন্তৰ্গত।

২। অসমত কেই প্ৰকাৰৰ আৰু কি কি যাতায়াত ব্য়ৱস্থা আছে ?

উত্তৰ- অসমত ৪ প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে। সেইকেইটা হ’ল – স্থল পথ , জল পথ , ৰে’ল পথ আৰু বিমান পথ।

৩। উত্তৰ- পূব সীমান্ত ৰে’লৰ প্ৰধান কাৰ্যালয় ক’ত আছে ?

উত্তৰ- উত্তৰ-পূব সীমান্ত ৰে’লৰ প্ৰধান কাৰ্যালয় মালিগাৱঁত আছে।

৪। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কি ?

উত্তৰ- অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

৫। অসমত কি ৰে’ল পথৰ ব্য়ৱস্থা আছে ?

উত্তৰ- অসমত ব্ৰড গেজ আৰু মিটাৰ গেজ ৰে’ল পথৰ ব্য়ৱস্থা আছে।

৬। অসমৰ একমাত্ৰ পৌৰ নিগম কোনখন ?

উত্তৰ-অসমৰ একমাত্ৰ পৌৰ নিগম হ’ল গুৱাহাতী পৌৰ নিগম।

Type – Boby Bora