SEBA Class 12 Education Chapter 5 | স্মৃতি, মনোযোগ আৰু আগ্ৰহ MCQ Question Answer |

Chapter 5

স্মৃতি, মনোযোগ আৰু আগ্ৰহ

১. আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ কি ?

ক) ‘Interest’

খ) ‘Innate’

গ) ‘Durable’

উত্তৰঃ ক) ‘Interest’

২. আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ ‘Interest’ মূল কোন ভাষাৰ পৰা উৎপতি হৈছে ?

ক) জাৰ্মান

খ) লেটিন

গ) ফাৰ্চী

উত্তৰঃ খ) লেটিন

৩. তলৰ কোনটো আগ্ৰহৰ বৈশিষ্ট্য ?

ক) আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা

খ) সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ

গ) স্থায়ী আৰু অস্থায়ী আগ্ৰহ

উত্তৰঃ ক) আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা

৪. আগ্ৰহ মনোযোগৰ কিহৰ অন্যতম কাৰণ ?

ক) বস্তুনিষ্ঠ

খ) ব্যক্তিনিষ্ঠ

গ) সামাজিক

উত্তৰঃ খ) ব্যক্তিনিষ্ঠ

৫. আগ্ৰহ ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?

ক) তিনিটা

খ) চাৰিটা

গ) দুটা

উত্তৰঃ গ) দুটা

৬. আগ্ৰহৰ সক্ৰিয় অৱস্থাক কি বোলে ?

ক) মনোযোগ

খ) সংবেদন

গ) আগ্ৰহ

উত্তৰঃ ক) মনোযোগ

৭. ‘টেচিষ্টস্কপ’ নামৰ সজুঁলিৰ দ্বাৰা কিহৰ প্ৰসাৰ জোখা হয় ?

ক) আগ্ৰহৰ

খ) মনোযোগৰ

গ) শিক্ষণৰ

উত্তৰঃ খ) মনোযোগৰ

৮. শিশুৰ মনোযোগ কি হয় ?

ক) সংবেদনাত্মক

খ) স্থায়ী

গ) ভাবাত্বক

উত্তৰঃ ক) সংবেদনাত্মক

৯. অতীত অভিজ্ঞতাৰ স্মৃতি কেইটা ভাগত ভগাব পাৰি ?

ক) তিনিটা

খ) সাতটা

গ) দুটা

উত্তৰঃ গ) দুটা

১০. ভাৰতবৰ্ষই কিমান চনত স্বাধীনতা লাভ কৰিছিল ?

ক) ১৯৪৭

খ) ১৮৫৭

গ) ১৯৪০

উত্তৰঃ ক) ১৯৪৭

১১. যেতিয়া ব্যক্তিয়ে  অতি কম সময়ৰ ভিতৰত অভিজ্ঞতা মনত পেলাবলগীয়া হয় তাক কি স্মৃতি বোলে ?

ক) দীৰ্ঘম্যাদী স্মৃতি

খ) হ্ৰস্বম্যাদী স্মৃতি

গ) অভ্যাস স্মৃতি

উত্তৰঃ খ) হ্ৰস্বম্যাদী স্মৃতি

১২. কোনো বিষয় বহুদিনলৈ মনত ৰাখি প্ৰয়োজন সাপেক্ষে মনত পেলোৱা কাৰ্য্য কি স্মৃতি বোলে ?

ক) তৎকালীন স্মৃতি

খ) যুক্তিসংগত স্মৃতি

গ) দীৰ্ঘম্যাদী স্মৃতি

উত্তৰঃ গ) দীৰ্ঘম্যাদী স্মৃতি

১৩. বিস্মৃতি কিহৰ বিপৰীত শব্দ ?

ক) স্মৃতিৰ

খ) যৌক্তিক

গ) ছন্দৰ

উত্তৰঃ ক) স্মৃতিৰ

১৪. ১৮৮৬ জাৰ্মানৰ কোনজন মনোবিজ্ঞানীয়ে পোন প্ৰথমে বিস্মৃতিৰ ওপৰত আনুষ্ঠানিক গবেষণা আৰম্ভ কৰিছিল ?  

ক) নৰমান

খ) মান

গ) ইবিংহাচ্

উত্তৰঃ গ) ইবিংহাচ্

১৫. মনোবিধসকলে বিস্মৃতি কাৰণ হিচাপে বিস্তৃত দৃষ্টিৰে কেইটা  ভাগ কৰিছে ?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

১৬. মেকডুগালে লিখা গ্ৰন্থখনৰ নাম কি ?

ক) “An outline of Psychology”

খ) “Ground Work of Education Psychology”

গ) Memory : A contribution to Experiment psychology”

উত্তৰঃ ক) “An outline of Psychology”

১৭. জে. এছ. ৰ’ছৰে লিখা গ্ৰন্থ খনৰ নাম কি ?

ক) “An outline of Psychology”

খ) Memory : A contribution to Experiment Psychology”

গ) “Ground Work of Educational Psychology”

উত্তৰঃ গ) ”Ground Work of Educational Psychology”

১৮. আগ্ৰহৰ অৰ্থ কি ?

ক) কোনো বিষয়ৰ লগত জড়িত থকা

খ) মানসিক অৱস্থাৰ লগত জড়িত থকা

গ) গতিশীল

উত্তৰঃ ক) কোনো বিষয়ৰ লগত জড়িত থকা

১৯. আগ্ৰহৰ আৰু  কিহৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে ?

ক) স্বভাৱ

খ) মনোযোগ

গ) সামাজিক

উত্তৰঃ খ) মনোযোগ

২০. শিশুৱে কোনো বিষয়ত গভীৰভাৱে মনোযোগ দিব পাৰে ?

ক) হয়

খ) নহয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নহয়

Type – Boby Bora