SVN Class 8 Science Chapter 10 কৈশোৰপ্ৰাপ্তি। MCQ Question Answer

Chapter 10

কৈশোৰপ্ৰাপ্তি

১। জন্মৰ দিনাৰ পৰাই  কিহৰ বৃদ্ধি হ’য়।

1) মানুহৰ।

2) উদ্ভিদৰ।

3) প্ৰাণীৰ।

Ans: মানুহৰ।

২। কিহৰ অক্ষত উচ্চতা বৃদ্ধিৰ শতাংশ লোৱা হ’য়?

1) X আৰু Y

2) X আৰু Z

3) X আৰু Z

Ans: X আৰু Y

৩। কিহে তেজ গঠন কৰে?                                                                              

1) তামে।

2) লোৱে।

3) ওপৰৰ এটাও নহয়।

Ans: লোৱে।

৪। কি খৰতকীয়া বৃদ্ধি আৰু বিকাশ এটা দশা?

1) সুসম আহাৰ।

2) লঘু আহাৰ।

3) কৈশোৰপ্ৰাপ্তি

Ans: কৈশোৰপ্ৰাপ্তি

৫। কি নামৰ এবিধ মাৰাত্মক ভাইৰাছৰ দ্বাৰা সৃষ্টি কৰে?

1) AIDS.

2) HIV.

3) ওপৰৰ এটাও নহয়।

Ans: HIV.

৬। কৌশোৰপ্ৰাপ্তিত ল’ৰা-ছোৱালী কিহৰ সহায়ত ডাঙৰ হ’য়?

1) হৰম’ন।

2) টেষ্ট’ষ্টেৰন।

3) এষ্ট্ৰ’জেন। 

Ans: এষ্ট্ৰ’জেন।

৭। কিমান দিনৰ ভিতৰত এটা ডিম্বানুৰ পৰা পৰিপক্ব হৈ এটা ডিম্বাশয়ৰ পৰা এলাই আহে?

1) ১৮-২০

2) ২৮-৩০

3) ২৮-৪০

Ans: ২৮-৩০

Type – Boby Bora