SVN Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন। MCQ Question Answer

Chapter 9

প্ৰাণীৰ প্ৰজনন

১। প্ৰাণী প্ৰজনন কেই প্ৰকাৰৰ?

1) ৩ প্ৰকাৰৰ।

2) ৫ প্ৰকাৰৰ।

3) ২ প্ৰকাৰৰ।

Ans: ২ প্ৰকাৰৰ।

২।  যিকোনো জীৱিত অংশৰ নাইবা এটা জীৱৰ হুবহু প্ৰতিলিপি সৃষ্টি কৰাকে কি বোলে?

1) ফিন ড’ৰছেট।

2) ক্ল’লিং’।

3) ৰ’জলিন।

Ans: ক্ল’লিং’।

৩। কিমান চনত ডলিৰ জন্ম হৈছিল?

1) ১৯৯৬।

2) ১৮৯৮।

3) ১৫৯৬।

Ans: ১৯৯৬।

৪। আণুবীক্ষণিক জীৱ এমিবাত আন এবিধ পদ্ধতি কি জমা হয়?

1) যৌন।

2) অযৌন।

3) অপত্য।

Ans: অযৌন।

৫। এমিবা এবিধ কি জীৱ?

1) ডিম্বজ।

2) এককোষী।

3) মুকুলন।

Ans: এককোষী।

৬। প্ৰাণী জন্ম দিয়া প্ৰাণীবোৰক কি প্ৰাণী বোলে?

1) ডিম্বজ।

2) জৰায়ুজ।

3) কায়ান্তৰণ।

Ans: জৰায়ুজ।

৭। কুকুৰাৰ কণীৰ টান খোলাটোও এনে এটা কি তৰপ আছে?

1) প্ৰতিৰক্ষা।

2) ভ্ৰণ।

3) জৰায়ু।

Ans: প্ৰতিৰক্ষা।

৮। প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰ শুক্ৰাণু আৰু কি সমযোজন?

1) ডিম্বাণু।

2) নিষেচন।

3) যোজন।

Ans: ডিম্বাণু।

৯। লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকাশিত হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

1) নিষেচন।

2) ৰুপান্তৰ।

3) মুকুলন।

Ans: ৰুপান্তৰ।

১০। মানুহৰ কিহৰ এটা শিৰ?

1) শিশ্ন।

2) মাধ্যাংশ।

3) শুক্ৰাণুৰ।

Ans: শুক্ৰাণুৰ।

১১। প্ৰাণীবোৰৰ কিহৰ আকৰৰ ভিন্ন হ’য়?

1) ডিম্বাণু।

2) শুক্ৰাণু।

3) নিষেচন।

Ans: ডিম্বাণু।

১২। এটা ডিম্বকোষ আৰু পিতৃৰ এটা শুক্ৰকোষৰ মিলনকে কি বোলে?

1) নিষেচন।

2) ষোজনকোষ।

3) জৰায়ু।

Ans: নিষেচন।

১৩। কিছুমান মাইকী মানুহৰ ডিম্বাবাহী নলীত কি থাকে?

1) নিউক্লিয়াছ।

2) অণ্ডকোষ।

3) প্ৰতিবান্ধক।

Ans: প্ৰতিবান্ধক।

১৪। আভ্যন্তৰীণ নিষেচন সম্পন্ন ক’ত হ’য়?

1) পুং দেহত।

2) স্ত্ৰীৰ দেহত।

3) মুকুলনত।

Ans: স্ত্ৰীৰ দেহত।

১৫। ক্ল’ল কৰা প্ৰথম স্তন্যপায়ী প্ৰাণী টোৰ নাম কি?

1) ফিন ড’ৰেছেট।

2) স্কটিছ ক’লামুখীয়া।

3) ডলী।

Ans: ডলী।

১৬। হাইড্ৰাবোৰত এটা বা তাতোধিক টেমুনা থাকিব পাৰে। এই বিলাক প্ৰকৃততে বিকাশিত নতুন জীৱ। এইবোৰক কি বোলে?

1) মুকুলন।

2) মুকুল।

3) নিষেচন।

Ans: মুকুল।

১৭। পং আৰু স্ত্ৰীজনন কোষৰ সংযোজন ফলত হোৱা প্ৰজননক কি বোলে?

1) যৌন প্ৰজনন।

2) স্ত্ৰী প্ৰজনন।

3) পুং প্ৰজনন।

Ans: যৌন প্ৰজনন।

১৮। পোৱালী জন্ম দিয়া প্ৰাণীসমূহক কি প্ৰাণী বোলে?

1) যোজন।

2) জৰায়ুজ।

3) শুক্ৰাণু।

Ans: জৰায়ুজ।

১৯। কিমান চনৰ কিমান তাৰিখে হাওঁফাঁওজনিত ৰোগত ডলী মৃত্যু মুখত পৰে?

1) ২০০৬ চনৰ ২৮ ফেব্ৰুৱাৰী।

2) ২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰী।

3) ২০০৫ চনৰ ৭ ফেব্ৰুৱাৰী।

Ans: ২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰী।

২০। যৌন আৰু অযৌন কিহৰ প্ৰকাৰ?

1) উদ্ভিদৰ।

2) প্ৰাণীৰ।

3) ওপৰৰ এটাও নহয়।

Ans: প্ৰাণীৰ।

Type – Boby Bora