SEBA Class 9 Maths Solution Chapter 10। বৃত্ত । অনুশীলনী 10.3 Question Answer

অনুশীলনী 10.3

1. ধৰা হ’ল তোমালোকক এটা বৃত্ত দিয়া আছে। বৃত্তটোৰ কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ অংকন প্ৰণালী দিয়া।

উত্তৰঃ

(i) যিকোনো এটা বৃত্তৰ ওপৰত P, Q আৰু R তিনিটা বিন্দু লোৱা হ’ল।

(ii) PQ আৰু QR সংযোগ কৰা হ’ল।

(iii) PQ আৰু QR ৰ লম্ব সমদ্বিখণ্ডকে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে।

(iv) O য়ে হৈছে বৃত্তটোৰ কেন্দ্ৰ।

2. যদি দুটা বৃত্তই দুটা বিন্দুট কটাকটি কৰে, প্ৰমাণ কৰা যে সিহঁতৰ কেন্দ্ৰ সাধাৰণ জ্য়াৰ লম্বসমদ্বিখণ্ডকৰ ওপৰত অৱস্থিত।

Type – Boby Bora