জীৱৰ বিচিত্ৰতা

প্ৰশ্নাৱলীঃ

1. আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰো?

উত্তৰঃ-  

2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ- 

3. জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব?

(ক) সিহঁতে বসবাস কৰা স্থানক?

(খ)সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? 

উত্তৰঃ- 

4. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

উত্তৰঃ- 

5. কি চৰিত্ৰত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে? 

উত্তৰঃ- 

6. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বোলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

উত্তৰঃ-

7. উচ্চস্তৰীয়া জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয় কিয়?

উত্তৰঃ- 

8. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে। 

উত্তৰঃ- 

9. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অনতৰ্ভুক্ত কৰিবা?

উত্তৰঃ-

10. শ্ৰণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বংগানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বংগানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়?

উত্তৰঃ-

11. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

উত্তৰঃ- 

12. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পুক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য?

উত্তৰঃ-  

13. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?

উত্তৰঃ- 


14. ৰন্ধ্ৰীপ্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ- 

15. কেনেকৈ বলীয়াদেহী প্ৰাণীসমূহক সন্ধীপদী প্ৰাণীকসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ- 

16. উভচৰ আৰু সৰীপসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ- 

17. পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত শ্ৰেণীসমূহ আৰু স্তন্য

পায়ীৰ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি?

উত্তৰঃ– 

অনুশীলনী

1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ 

2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টকে বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?

উত্তৰঃ

3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 

4. উদ্ভিদ ৰাজ্যৰ মূখ্য উপবিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে? 

উত্তৰঃ 

5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূগৰ মাজৰ প্ৰভেদ কি?

উত্তৰঃ-

6. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা।

উত্তৰঃ- 


অধ্যায়ঃ ৬

কলা

প্ৰশ্নাৱলী

1. কলা কি?

উত্তৰঃ

2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰঃ

3. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰঃ

4. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায়?

উত্তৰঃ

5. কানবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

উত্তৰঃ

6. ফ্লেৱেম কলা কিহৰে গঠিত ?

উত্তৰঃ

অনশীলনীঃ

1. ‘কলাৰ সংজ্ঞা দিয়া।

উত্তৰঃ- 

2. কি কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ- 

3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

উত্তৰঃ- 

4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেণকাইমা আৰু স্কেৰেণকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ- 

5. প্ৰত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?

উত্তৰঃ-

6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰঃ- 

7. স্নায়ুকোষ (Neuron ) দেখাত কেনেকুৱা হয়?

উত্তৰঃ- 

8. হৃদপেশীৰ তিনিটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ- 

9. এৰিওলাৰ (Areolar ) কলা কাৰ্যসমূহ কি কি?

উত্তৰঃ- 

10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্তসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ-

11. হৃদপেশীসমূহৰ বিশেষ কাম কি?

উত্তৰঃ- 

12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ- 

13. এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আকাঁ।

উত্তৰঃ-

14. তলত দিয়া কলাসমূহৰ নাম লিখা।

(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ- 

(b) পেশি আৰু অস্থিক কি কলাই সংযোগ কৰে?

উত্তৰঃ- 

(c)  উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?

উত্তৰঃ- 

(d) আমাৰ দেহত চৰ্বী থকা সংযোজক কলাৰ বিধৰ নাম কি?

উত্তৰঃ- 

(e) জুলীয়া আধাৰ দ্ৰব্যৰ থকা সংযোজক কলাবিধৰ নাম কি?

উত্তৰঃ- 

(f) মস্তিষ্কত কি কলা থাকে?

উত্তৰঃ- 

15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ- 

16. তলত দিয়া প্ৰাণী অংগৰসমূহত থকা কলাবোৰৰ নাম লিখাঃ

উত্তৰঃ-

17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ

উত্তৰঃ- 

অধ্যায় – 5

জীৱৰ মৌলিক একক(The Fundamental Unit of Life)

প্ৰশ্নাৱলী

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল?

উত্তৰঃ

2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ

3. CO₂ আৰু পনীৰ দৰে পদাৰ্থবিলাকৰ কোষৰ ভিতৰলৈ বাহিৰলৈ কোনে দৰে চলাচল কৰে আলোচনা কৰা ।

উত্তৰঃ

4. কোষবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ

5. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকা খন পূৰ্ণ কৰা।

6. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetic material) থাকে।

7. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগছনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ

8. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ

9. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লষণ সংঘটিত হয়?

উত্তৰঃ

অনুশীলনী:-

Q. 1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰ:-
Q. 2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰ:-

Q. 3. কোষৰ কোষাবৰণ ফাটি গলে কি হব?

উত্তৰ:-

Q.4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰ:-

Q. 5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰ:-

Q. 6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক কত সংশোধিত হয়।

উত্তৰ:-

Q.7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰ:-

Q. 8. আসৃতি কি?

উত্তৰ:-

পৰমাণুৰ গঠন

প্ৰশ্নাৱলীঃ–

১। কেনেল ৰশ্মি কি ? 

উত্তৰঃ 

২। পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্ৰ’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ? 

উত্তৰঃ 

৩। থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে  প্ৰশম হয় ব্যখ্যা কৰা ।

উত্তৰঃ 

৪। ৰাডৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটে উপ-পাৰমাণৱিক কণা থাকে ।

উত্তৰঃ 

৫। তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকন কৰা । 

উত্তৰঃ 

৬। যদি a – কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ’লে কি দেখা যাব বুলি ভবা ?

উত্তৰঃ 

৭) পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা ।

উত্তৰঃ 

৮। হিলিয়াম পৰমাণুৰ পাৰমাণিৱক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰ’টন আছে । ইয়াত কিমানটা নিউট্ৰন থাকিব ? 

উত্তৰঃ

৯। কাৰ্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দেখুওৱা । 

উত্তৰঃ 

১০। পৰমাণু এটাৰ K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰনৰ মুঠ সংখ্যা কিমান হ’ব ?

উত্তৰঃ 

১১। ক্ল’ৰিণ , ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা ?

উত্তৰঃ

১২। যদি পৰমাু এটাত ইলেকট্ৰনৰ সংখ্যা 8 আৰু প্ৰ’টনৰ সংখ্যাও 8 হয় তেন্তে (i) পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ’ব ?আৰু(ii) পৰমাণুটোৰ আধান কিমান হ’ব ?

উত্তৰঃ

অনুশীলনী

১।  ইলেকট্রন , প্র’টন আৰু নিউট্রনৰ ধর্মসমূহ তুলনা কৰা ।

উত্তৰঃ 

২। জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ? 

উত্তৰঃ                                            

৩। ৰাডাৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ?

উত্তৰঃ 

৪। ব’ৰৰ পৰমাণুৰ আৰ্হিটো বর্ণনা কৰা । 

উত্তৰঃ

৫।এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা । 

উত্তৰঃ 

৬। প্রথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্রন বন্টনৰ নিয়মবােৰ সংক্ষেপে লিখা ।

উত্তৰঃ 

৭। ছিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যােজ্যতাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ 

৮। উদাহৰণৰে সৈতে ব্যাখ্যা কৰা –

( i ) পাৰমাণবিক সংখ্যা ( ii ) ভৰ সংখ্যা ( iii ) সমস্থানিক আৰু ( iv ) সমভাৰী ।সমস্থানিকৰ যিকােনো দুটা ব্যবহাৰ লিখা ।

উত্তৰঃ

৯। Na+ ত সম্পূৰূপে পূৰ হৈ থকা K আৰু L শ্বেল আছে । বাখ্যা কৰা ।

উত্তৰঃ 

উত্তৰঃ

উত্তৰঃ

১২। যদি Z=3হয়, তেন্তে মৌলৰটোৰ যৌজ্যতা কিমান হ’ব ? মৌলটোৰ নাম লিখা । 

উত্তৰঃ 

১৩। দুটা পৰমাণু X আৰু Yৰ নিউক্লিয়াছৰ সংযুক্তি তলত দিয়া হৈছে ।             

X           Y

প্ৰ’টন=  6            6

নিউট্ৰন= 6          8

X আৰু Yৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি ?

উত্তৰঃ

১৪। তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভূলবোৰৰ ঠাইত F লিখা । 

(a) জে জে থমছনে প্ৰস্তা কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে । 

উত্তৰঃ 

(b) ইলেকট্ৰন এটা আৰু প্ৰ’টন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় । সেইবাবে ই প্ৰশম । 

উত্তৰঃ 

(c) ইলেকট্ৰন এটাৰ ভৰ প্ৰ’টনৰ ভৰৰ প্ৰায়  ।

উত্তৰঃ 

(d) আয়ডিনৰ এটা সমস্থানিক টিংচাৰ আয়ড়িন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়, টিংচাৰ আয়ডিন মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয় । 

উত্তৰঃ 
প্ৰশ্নঃ 15,16,আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে টিক (✓) চিন আৰু ভুল বচনিৰ বিপৰীতে ক্ৰচ (❌) চিন দিয়া । 

১৫। ৰাডাৰ ফ’ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই –

(a) পাৰমাণৱিক নিউক্লিয়াছ  (b) ইলেকট্ৰন

(c) প্ৰ’টন (d) নিউট্ৰন 

আৱিষ্কাৰ কৰিছিল 

উত্তৰঃ

১৬। মৌল এটাৰ সমস্থানিকবোৰৰ 

(a) একে ভৌতিক ধৰ্ম

(a) ভিন্ন ৰাসায়নিক ধৰ্ম

(a) ভিন্ন সংখ্যক নিউট্ৰন 

(a) ভিন্ন পাৰমাণৱিক সংখ্যা থাকে । 

উত্তৰঃ

১৭। CI-আয়নত যোজ্যতা ইলেকট্ৰনৰ সংখ্যা 

(a) 16 (b) 8 (c) 17 (d) 18

উত্তৰঃ  

১৮। তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেকট্ৰনীয় বিন্যাস ?

(a) 2,8 (a) 8,2,1 (a) 2,1,8 (a) 2,8,1

উত্তৰঃ 

১৯। তলৰ তালিকা খন সম্পূৰ্ণ কৰা । 

উত্তৰঃ